Dr. Mukul Chandra Bora, M.Tech (IIT-KGP), Ph.D. (IITG), FIE (IN), MISTAM (IN) State Project Administrator, State Project Implementation Unit – North East (A unit of MHRD in Technical Education, Government of India) Centre for Educational Technology, Indian Institute of Technology, Guwahati Phone No: 0361-2583016/3010 Yoga is an ancient physical andContinue Reading

….ছন্দামিতা ঠাকুৰীয়া… ….শোনিতপুৰ…. শূন্য পদপথত অৱসাদৰ ইমান কৰুণ সুৰ ক’ত লুকুৱাই থওঁ নিশাহত সৰি পৰা বিবৰ্ণ গধূলিৰ হুমুনিয়াহ ! একোৱেই আৰু আগৰ দৰে হৈ থকা নাই জহি যোৱা পেৰাত বান্ধ খাই কোন সদাগৰৰ স’তে গুচি গৈছে আত্মোপম স্বপ্নবিলাস৷ এই চহৰত আৰু কোনো নাই হেৰুৱাই পেলোৱাৰ ভয়ত সেয়ে চোতালৰ কামিনী-কাঞ্চনজোপাকো গিলিContinue Reading

…..অৰুপজ্যোতি কাকতি…… প্ৰহেলিকাৰ প্ৰান্তত জটিলতাৰ প্ৰাচীৰ ভাঙি আহিছে উৰণীয়া পক্ষীৰ জাক, বৰষুণৰ টোপালবোৰ দেহৰ কোঁহে কোঁহে আৰি মইয়ো আছোঁ উশাহবোৰ জীয়াই। সন্মুখৰ ৰাতিলৈ মূৰ দাঙি চাবলৈ প্ৰেৰণা দিয়া, সেউজীয়া সপোনৰ একা-বেঁকা এঢলীয়া বাট, জিৰি-জিৰি উন্মীলন অগাধ বিশ্বাস সাবটি বাগৰি বগুৱাই ৰান্ধনীয়ে এটা জোলোঙা বাই। পাহাৰ বগাম সাগৰ সাঁতুৰিম, মিলনৰ যজ্ঞContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) হাতুৰিৰ সমষ্ট জোৰেৰে তাই শিলত কোৱ দিছে, এই শিল তাই ভাঙিবই লাগিব হাতুৰিৰ কোৱত। ৰাস্তাৰ এঢেলীয়াত পৰি থকা শিলৰ দমটোলৈ চাই তাই একোবাৰ কঁপি উঠে, এইদম শিল তাই ভাঙিলেহে পোনা আৰু তাইৰ পেট ভৰিব। হাতুৰিৰ কোৱত নাচি থকা তাইৰ হেন্দোল দোল স্তনেContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৬ জুলাই,২০২০) মেঘ মানসিক অশান্তি দূৰ হোৱাৰ সম্ভাৱনা। হাতলৈ ধন অহাৰ সুযোগ আছে। দিনটো আশা কৰা ধৰনেই আগবাঢ়িব। প্ৰতিভা বিকাশৰ সুযোগ। শত্ৰু কমিব। ভ্ৰমনৰ সুযোগ পাব পাৰে। শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা চাৰি।    বৃষ মনত ভাবি থকা কথা মনতে ৰাখক। নিৰামিষ খাওঁক। কৰ্মত নিষ্ঠা,দায়বদ্ধতা থাকিব।Continue Reading

….মৃনাল ডেকা…. ভাবনা গহীন হ’ব ধৰিছে তোমাৰ অবিহনে উকা হ’ব ধৰিছে । বিচাৰিছো তোমাক কাষত নোৱাৰিছো বুজাব নিজক । পৰিছে মনত সেই অন্তৰংগ মুহুৰ্ত আমি সজা ৰঙীণ সপোনবোৰ । অদৃশ্য হ’ব ধৰিছে সেই প্ৰতিজ্ঞা চকুপানীয়ে লগৰী হ’ব ধৰিছে । বিচাৰিব ধৰিছো জীৱন- মৰণৰ অৰ্থ আকোঁৱালিম কাক এয়াই আজি প্ৰশ্ন ।Continue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৫ জুলাই,২০২০) মেঘ মনৰ পৰা সংশয় কিছু পৰিমানে আঁতৰিব। জটিল পৰিস্থিতি চম্ভালিব পাৰিব । পতি-পত্নীৰ বুজা বুজি বৰ্তাই ৰাখক । ব্যস্ততা বৃদ্ধি হব । শুভ ৰং গোলাপী আৰু শুভ সংখ্যা আঠ । বৃষ   আনক সহায় কৰাৰ মনোভাৱ বৃদ্ধি পাব । লাভ বৃদ্ধি। ভ্ৰমণৰ সুযোগ লাভ কৰিবContinue Reading

….প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়…… মইতো ভুল কৰা নাছিলো , কাৰোবাৰ মৰম প্ৰবঞ্চনাৰ বলি হোৱাৰ ইচ্ছা মোৰ নাছিল । মাথো বিচাৰিছিলো কাৰোবাৰ অন্তৰৰ এচুক , ভিজা হৃদয়খন শুকাব পৰা এডোখৰ ঠাই , যান্ত্ৰিক যুদ্ধৰ আঘাতত হোৱা পোৰণি সহিও ; জ্বলি জ্বলি শেষ হোৱা আগলৈ তোমাৰ সান্নিধ্যত বিচাৰিছিলো এবুকু মৰম । সৰলতাবিহীনContinue Reading

…..তৰালী ডেকা….. তেওঁৰ উশাহত তাই,তাইৰ উশাহত তেওঁ । এয়াই আছিল সত্য এয়াই আছিল সুৰ্য্যৰ দৰে দীপ্ত। তাৰ আগৰবোৰ এতিয়া অতীত,তাৰ পিছৰ এতিয়া অসমাপ্ত সপোণ । তেওঁ আৱৰি ৰাখিছিল সকলো সময়তে,তেওঁৰ লগত এধানিও কথা নপতাকে চলিছিল দিনৰ পিছত দিন,ৰাতিৰ পিছত ৰাতি।তথাপিও তেওঁ তাইৰ আছিল আৰু তাই তেওঁৰ।পিছলৈ যেতিয়া বাধা বোৰ আঁতৰিContinue Reading

…..অভিলাস দাস…… ফাৰ্ষ্টট্ৰেকতকৈ কম, চোনাটাৰ ঠিক সমান, ফাচীঁ বজাৰৰ ৰ’দত শুকোৱা, চেৰাপুঞ্জীৰ বৰষুণত তিওৱা সময়বোৰ । টিউশ্যন কৰি পোৱা টকাকেইটাৰে জানো কিনি দিব পাৰি জালুকবাৰী ? পাৰি, এটা ফুচকা বেছিকৈ খুজি ল’ব পাৰি, ট্ৰেণ্ডজত পাৰ্ক কৰি মনে মনে ব্ৰেণ্ড ফেক্টৰীতো সোমাব পাৰি । দেৱালত এবাৰ আফলিয়াওতেও ৰৈ যোৱা নাছিল যি,Continue Reading