……ভাস্কৰ ৰাজবংশী…..  ….গুৱাহাটী বিশ্ববিদ্যালয়…. এটি মূহুৰ্ত, এটি ক্ষণ… ক’ত ঘটনা, নিশ্চল হৈ বিশাল আকাশৰ বুকুলৈ চাই, সপোনৰ জোনাকত নানা ৰং সানিছিল তাই । জোনাকৰ মোহত থৰ লাগি চাই থাকোতে ডাৱৰবোৰে কেতিয়া জোনৰ মুখনি ক’লা কৰিলে গমেই নাপালে  ! বিজুলী-ঢেৰেকণিৰে গুঞ্জৰিত শব্দত যেন তাইৰ সম্বিৎ ঘূৰি আহিল, উচপ খাই ভিতৰলৈ গৈContinue Reading

…..মৃনাল ডেকা….. হে মা তুমি জীৱন দাত্ৰি এই জগতৰ প্ৰথম স্পৰ্শ তোমাৰ বাবে মা অজান ঈশ্বৰ তুমিয়েই । তোমাৰ পৰাই আৰম্ভ সকলো সম্পৰ্ক তোমাৰ গৰ্ভত অংকুৰিত প্ৰথম অঙ্গ নমহীয়া পৰিক্ৰমা । হে মা কেবল তুমি হে বুজা সেই প্ৰসৱ বেদনা । মোক দেখা প্ৰথম ক্ষন তোমাৰ বাবে জীৱনজোৰা আনন্দ ।Continue Reading

…..অৰুপজ্যোতি কাকতি….. আজি সকলো অভিমানৰ বাণ কাটিম, অলপ বিহ আনি দিয়া আজি সকলো অভিযোগ সামৰিম, তুমিটো স্বাভিমানী নিশাৰ জোন, আধা ফুটা কপালত কেনেকৈ চন্দনৰ ফোঁট আঁকিম? নিচাৰো এতিয়া নিচা হ’ল, মোহভংগ দিবলৈ মোহিত হ’ব বুলি বসন্তৰ চাকি নুমোৱাই ৰাখিছোঁ। এধানি এলানি উপদেশ আৰু মূৰ্ছনাৰ মূকাভিনয়, কলঙৰ পাৰ ভাঙি তোমাৰ চোতালতContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৮ জুলাই,২০২০) মেঘ   সৰু কালৰ স্মৃতি মনলৈ আহিব। মনৰ অস্থিৰতা কমিব। মধুমেহ ৰোগত ভোগাসকলে সাৱধানে থাকক। খৰচ বৃদ্ধি। শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়।   বৃষ   আনৰ চলাহী কথাৰ পৰা সাৱধান থাকক। কামত উন্নতি। শনি ভগবানক পূজক। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।Continue Reading

……✍️চিমি কোঁৱৰ…… (১) চহৰখন শূন্য ইমান শূন্যতা আমাৰ হজম নহয় । গছবোৰ মৃত … আৰু অৰ্দ্ধমৃত মুখাৰ আঁৰত লুকুৱাই ৰখা হৃদয়বোৰো !! এই অৰ্দ্ধমৃত হৃদয়েৰে কি কৰিব পাৰি ? ইয়াৰ কৃত্ৰিম কোলাহলত আমাৰ ঊশাহ বন্ধ হ’ব খোজে.. পৃথিৱীৰ অসুখ,হৃদয়বোৰ অসুখী প্ৰতি দিনে ন ন ৰঙীন মুখা মুখাৰ আঁৰত কত’ যেContinue Reading

….. মৃনাল ডেকা….. হেৰৌ প্ৰেমৰ নামত কলংকিনী বিচাৰিছিলো মৰম দিলি অপমান সানি । কৰিছিলো তোক মৰম হিয়া উজাৰি দিলি মোক এয়া সহাৰি । ভবা নাছিলো তয়ো এনেকুৱা হবি ভাবিছিলো তই বেলেগ হবি । দেখুৱালি আইনা আজি তোৰ নিজৰ প্ৰতিফলন দেখিবি অতি ভয়ংকৰ । নুবুজিলো তোৰ আচল চৰিত্ৰ কৰিলি তই মোৰContinue Reading

……✍তৰালী ডেকা….. আউলবোৰ যে লাগে ওলাই আহিব নোৱাৰাকৈ !দিন ৰাতি বোৰ পাৰ হয় নতুন সৃষ্টি বিচাৰি অথবা নতুন বাট বিছাৰি।কোনো সুৰক্ষিত ছাঁ ত লুকাই বটবৃক্ষ হোৱাৰ প্ৰস্তুতি চলে।সামৰণি নহয় একোতে।হেৰোৱা অস্তিত্ব বিছাৰি বনৰীয়া হয় মন।নিজক সামৰি ৰখাটো বৰ টান ।বাৰে বাৰে মনলৈ আহে কোনো প্ৰিয় ফিল্মৰ বিখ্যাত ডায়লগ অথবা মাজনিশাবোৰContinue Reading

….অৰুপজ্যোতি কাকতি…. জটিল মনৰ সৰল বেগ মেঘৰ দেশত আলোকৰ ভেশ, তৰাৰ জিলমিল চহৰত আন্ধাৰ বিনাশি সপোন হাঁহিৰ ক্লেশ । দেহটোত কাহিনীয়ে শিকলি দিছিলোঁ, চিন্তা বোৰ জানো বান্ধিব পাৰিলা ? কিমান জ্বলাবা, এই জুইত পুৰি তুমিও এঙাৰ হ’বা কিন্তু মোৰ উত্তাপ আৰু উজ্জ্বল হ’ব। এই দেশ মোৰ অপ্ৰিয় মেঘৰ ছায়াতে জিৰণিContinue Reading

 ….ভাস্কৰ ৰাজবংশী…  ….গুৱাহাটী বিশ্ববিদ্যালয়….. অস্তিত্ববিহীন জীৱনত চলে সংগ্ৰামৰ দপদপনি, শূন্যতাৰ উদ্যানত নিঃশব্দৰ টিঘিল ঘিলণি । জীৱনৰ পকেটবোৰত থোপ লয় অনাকাংক্ষিত ৰেঙনি, দায়িত্বৰ ভাৰখনত সৰি পৰে সংগ্ৰামৰ চকুপানী ।  Continue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৭ জুলাই,২০২০) মেঘ   ৰাজনীতিত গধুৰ দায়িত্ব পাব পাৰে। মন অস্থিৰ যদিও কৰ্মস্পৃহা থাকিব। ধন লাভৰ যোগ। জুইৰ পৰা সাৱধান। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই ।   বৃষ   নিজৰ মৰ্যাদাত আনে আঘাত হানিব পাৰে। বন্ধুৰ পৰা সহযোগ পাব। আবেগৰ বশবৰ্তী হৈ সিদ্ধান্ত নলব। দুৰContinue Reading