আজিৰ দিনটোৰ ৰাশিফল (২১ জুলাই,২০২০) মেঘ   আনৰ সমীহ তথা সামাজীক কামৰ দ্বাৰা জনপ্ৰীয়তা অৰ্জন কৰিব পাৰিব। বন্ধু বান্ধৱ বাঢ়িব। ব্যয় বৃদ্ধি হব। পৰিয়ালৰ লোকৰ স্বাস্থ্যই অশান্তি কৰিব পাৰে। বুদ্ধিৰে নিজক বছাই ৰাখিব।বিদ্যাৰ্থীৰ শুভ। সন্তানৰ শুভ। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই।   বৃষ   অনাহকত ওচৰ চুবুৰীয়াই আমনিContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..  ২ ….সমীৰ ক’ত আছে? অফিচলৈ গৈছে নে সি? ভাত খাইছেনে? অইন কোনোবা ছোৱালীৰ স’তে বিজি আছে নেকি? ওহো এইবোৰ কোনোদিন জানিবলৈ চেষ্টা কৰা নাই মলয়াই৷ কিজানি সমীৰৰ তাইৰ প্ৰতি থকা সেই “ব্যতিক্ৰমী ভাললগা”টো নোহোৱা যায় ! জানোচা সি বিৰক্ত হয় ! জানোচা সি মনে মনে ভাবি পেলায়,Continue Reading

….অৰুপজ্যোতি কাকতি….. সন্ধিয়াৰ একাজলি ছাঁত পোহৰৰ ভোগজৰা ভৰাম, হাঁহিৰে ৰঘুমলাই সপোন সিঁচি বৰলুইত ভটিয়াই যায়। জান জুৰি জিৰি জিৰি আহিনৰ বাঁহীত শলিতা নুমাই, পাহাৰৰ কাণত সুৰ লাগি মইনামতীৰ যৌৱন কঁপাই। হাত বাউলী মাতিছে সখা বলা এপাক সিপুৰীলৈ যাম যমৰ ভাওত এক্ষন্তেক আমি ভাওনাৰে জীৱন গাম। মইনামতী ৰুণজুণ মনটোক ৰাখিবি নাঙঠContinue Reading

…..প্ৰাণজিৎ কলিতা……  সপোন দেখিবলৈ এন্ধাৰ আছে, পূৰণ কৰিবলৈ জোনাক নাই , কাৰণ আমি মধ্যবিত্ত । আমি মধ্যবিত্ত বাবেই সপোনৰ জোলোঙাখন লৈ ঘূৰিছো , ফুৰিছো । নিজৰ লক্ষ্য স্বাভিমান ত্যাগ কৰিছো একমাত্র পৰিয়ালৰ স্বাৰ্থত । অতীতৰ স্মৃতি , আমাৰ বাবে এক সম্পদ । প্ৰতিটো ক্ষণত বিচাৰি ফুৰো , নতুন বিকাশৰ ধাৰণাContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (২০ জুলাই,২০২০) মেঘ   ধন লাভৰ যোগ আছে। উত্তৰ দিশত ভ্ৰমন কৰিলে লাভৱান হ’ব পাৰে। সন্তানৰ শুভ। ডাঙৰৰ পৰামৰ্শ লওঁক, সমস্যা সমাধানত সহায় হ’ব। শুভ ৰং বগা আৰু শুভ সংখ্যা দুই।   বৃষ   দাম্পত্যত শুভ নহয়। আইন, চিকিৎসাৰ লগত জড়িত লোকৰ বাবে শুভ। শত্ৰু বাঢ়িব। আনৰContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (তিনি) ৰতন আৰু ভদ্ৰেশ্বৰ একেখন গাঁৱৰে । দুয়োজন একেলগে একেটা শ্রেণীতে পঢ়িছিল । গাঁওখনৰ ইমূৰে-সিমূৰে দুয়োৰে ঘৰ যদিও সিহঁতে কোনো এটা সময়তে এৰা-এৰি নহৈছিল । পঢ়াৰ ৰতনতকৈ ভদ্ৰেশ্বৰ অলপ চোকা আছিল । ঘৰুৱা অৱস্থা দুয়োজনৰে একে আছিল । বছৰটো কিবাকে জোৰে ।Continue Reading

…..মৃনাল ডেকা…..  মৃত্যুৰ অপেক্ষা হে ঈশ্বৰ দিয়া দুৱাৰ খুলি মৃত্যুৰ দুৱাৰ । পিড়াই দহীছে জীৱন নিঃপ্ৰাণ শৰীৰৰ আৰ্তনাদ । নিয়া আত্মাক উলিয়াই জীৱনৰ সুখ দুখ,হাঁহি কান্দোন হৈছে এইবোৰ অৰ্থহীন শব্দ । এই নাটৰ তন্ত কেতিয়া হ’ব পৰিসমাপ্ত । বিছনাৰ লগত লিপ্ত এই জঠৰ শৰীৰ । হে কাল কাবৌ কৰিছো নিয়াContinue Reading

…..প্ৰাণজিৎ কলিতা……  …..গুৱাহাটী বিশ্ববিদ্যালয়…… মই সাৰে আছো , নাহিবি তই মোৰ ভগা পজাটিৰ ডিঙি গিলিবলৈ , নিসহায়ৰ হাত মেলি পশুহাল বুকুত বান্ধি , নিৰাপদ ঠাই বিচাৰি যোৱাৰ সামৰ্থ্য মোৰ নাই । অবাক অবান্তৰ দুমুঠি সাহায্যৰ প্ৰয়োজনও মোৰ নাই । মাথো বিচাৰিছো , তই নাহিবি নাহিবি মোৰ বুকুৱে কোৰ মাৰি চপোৱাContinue Reading

….অৰুপজ্যোতি কাকতি….. হৃদয় ৰাঙলী মন বাউলি পোনাই লৈছোঁ হালোৱা জাপি, জপানত সাঁচি সোণালীক যতনাই সৰুদয়াৰ সৰু পাতত স্বৰ্গদেউৰ জীৱন জুৰোৱাই। আগভেটি ধৰ বাট নাঙলৰ মুঠিত আছে আমাৰ ভাত, যদু,মধু,ৰাম,হৰি নাথাকিবি কোনেও লুকাই, জাতি-মাটি-ভেঁটি বেচি বণিয়াই যায় সীমা দলিয়াই। প্ৰাণ হেৰুৱায় মান জীয়াই, পথাৰ তিয়াই ভঁৰাল উদঙাই, চ’তৰ শেষত কুলিৰ মাততContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৯ জুলাই,২০২০) মেঘ   শৰীৰ উন্নত। পাৰিবাৰিক জীৱনত অলপ কষ্ট থাকিব। কাকো সন্দেহ নকৰিব। সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ভাবিব। শুভ ৰং গোলাপী, শুভ সংখ্যা আঠ।   বৃষ   আলহীৰ আগমন। চিন্তা ভাৱনাই কষ্ট দিব। প্ৰেমত অশুভ। সূৰ্য পূজা কৰক। শুভ ৰং কমলা , শুভ সংখ্যা দুই।  Continue Reading