…..✍️চিমি কোঁৱৰ….. #The Fault in Our Stars (দ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ) সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি ‘দিল বেচাৰা’ৰ কাহিনীভাগ ২০১২ চনৰ ১০জানুৱাৰীত প্ৰকাশিত আমেৰিকান লেখক জন গ্ৰীণৰ দ্বাৰা ৰচিত বহুচৰ্চিত উপন্যাস ‘দ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ’ ৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।চমূকৈ চাবলৈ গ’লে উপন্যাস খনৰ কাহিনীভাগContinue Reading

Dr. Mukul Chandra Bora, M.Tech (IIT-KGP), Ph.D. (IITG), FIE (IN),  MISTAM (IN) State Project Administrator, State Project Implementation Unit – North East (A unit of MHRD in Technical Education, Government of India) Centre for Educational Technology, Indian Institute of Technology, Guwahati Phone No: 0361-2583016/3010 At the very outset and before goingContinue Reading

…..✍️চিমি কোঁৱৰ….. কি আছিল আমাৰ প্ৰিয় বিষয় গণতন্ত্ৰ স্বাধীনতা সমতা শান্তি নে ভালপোৱা .. জলাশয়ত বন্দী ৰূপালী ফিচাৰ মাছ শূন্য বাকস্বাধীনতা … ইয়াৰ পৰা যাওঁগৈ ব’লা । ০০০০ ক’ত আছোঁ ক’লৈ গৈ আছোঁ এয়া পাবলো নেৰুদা সৌৱা পাবলো পিকাসো , আৰু সেয়া ভিনসেন্ট ভ্যান গগ দেৱালত ওলমি আছে ভিঞ্চিৰ “দ্যContinue Reading

……উৎপল ডেকা…… জুই জ্বলিছে। মোৰ উপাসনা কোঠাত। প্ৰতিটো খোজত হুছেইনৰ হিন্দু মাহীয়েকৰ ঘৰত। বাৰে বাৰে ভাঁহি আহে মোৰ ৰঙা উপত্যকাৰ ধৰ্মান্ধতাৰ প্ৰাচীৰ খন। ভাগ হ’ল – দেশ ভাগ হ’ল – ধৰ্ম ভাগ হ’ল – ভাষা সমস্ত পৃথিৱী ভাগ হ’ল। নি:সংকোচে চকুযোৰ খুলি থৈ পতাকা উৰুৱাইছোঁ স্বাধীনতাৰ বুকুত কঢ়িয়াই ফুৰিছোঁ মৌলবাদContinue Reading

…..প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়….. দেউতাকৰ এটা ইচ্ছা ল’ৰাজনে এটা ভাল ৰিজাল্ট কৰক , ভাল নাম কৰি পাছ কৰক । সদায় গধূলি ঘৰলৈ আহি এবাৰ হ’লেও ল’ৰাজনৰ কাষত বহে , দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈ সকলো কথা বিৱৰি নিজৰ ইচ্ছাৰ কথা এবাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে । বীৰেণ , এজন সাধাৰণ ব্যৱসায়ীContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (২৩ জুলাই,২০২০) মেঘ   আপোনাৰ কামত আনে বাধা দিব যদিও সফলতা লাভ কৰিব পাৰিব। নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি যাওঁক। শৰীৰৰ যত্ন লওঁক, বেমাৰে অশান্তি কৰিব পাৰে। শুভ ৰং বগা আৰু শুভ সংখ্যা ছয়।   বৃষ   আনৰ কথাত ভোল গৈ নিজৰ কাম পাহৰি নাযাব। দিনটো আশাContinue Reading

…..মুনমী পাঠক ….উত্তৰ গুৱাহাটী….. নিৰাশ তেতিয়াও আছিলো!  যেতিয়া জোনবাইক সুধিছিলো  এটি তৰা নালাগে দুটি তৰা দিয়া।  নিৰাশ এতিয়াও!  যেতিয়া জোনাক চোৱাৰ হেঁপাহত  উদং আকাশ বিচাৰি পাওঁ।  নিৰাশ তেতিয়াও আছিলো!  যেতিয়া আঁকিব নোৱাৰি বাৰে বাৰে  ফলিত থুই দি মচিছিলো।  এতিয়াও নিৰাশ হওঁ।  মনে অঁকা ছবিখন আঁকি উঠি  যেতিয়া মচিব নোৱাৰো।  নিৰাশContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ…..  জীয়াই থাকিব ময়ো ভাল পাওঁ,   মোৰ আধামৰা আধাজীয়া   জীৱনটোক লৈ,   যিদৰে ভাল পাৱ তই   মোৰ শৈশৱহীন জীৱনৰ   ৰস পাণ কৰি।   বসন্ত অহাৰ আনন্দত   ময়ো মতলীয়া হওঁ   কিন্তু তোৰ হেপাহৰ বাৰিষা   সিওযে যায় উতি -ভাহি,  মোৰ নষ্টালজিক জীৱন। Continue Reading

আজিৰ দিনটোৰ ৰাশিফল (২২ জুলাই,২০২০) মেঘ   কৰ্মক্ষেত্ৰত ভাল হোৱাৰ আশা আছে। সাহিত্য কৰ্মৰ লগত জড়িত লোকৰ বাবে অতিকৈ শুভ, মনোযোগেৰে আগবাঢ়ক, সুনাম অৰ্জন কৰিব। মাতৃৰ শুভ। খং কমাই চলক। অবাবত খৰচ হ’ব। শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা পাঁচ।   বৃষ   পদোন্নতিৰ সুযোগ পাব পাৰে। মন দৃঢ় ৰাখক,Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. থোপা থোপে সৰিছে দুখৰ বৰষুণ, জীয়া ঢলেও উজান দিছে দুখত, আত্মীয় কুটুমে দিছে গা এৰা। ল’ৰালি উপভোগ নহল-পিতৃহীনতাত, যৌৱন অনুভৱ কৰিবই নাপালো সুদকণৰ যুদ্ধত, এতিয়া অৰ্দ্ধশতাধিক বসন্ত পালো, দুখৰ বৰষুণৰ ওজন বেছিহে হ’ল, আহঃ জীৱন কি পৰিত্ৰুমা !! কি দীৰ্ঘায়ূ এইজীৱন?? ধনৰ বাবেই ওঁঠত নাই হাঁহি, ধনৰContinue Reading