দিনটোৰ ৰাশিফল ৩ ছেপ্টেম্বৰ,২০২০
আজিৰ দিনটোৰ ৰাশিফল (৩ ছেপ্টেম্বৰ, ২০২০) মেঘ উৎসাহেৰে কাম কৰক, কৰ্মত শুভ। খং ৰাগ এৰাই চলক, কাৰো লগত বাদ বিবাদত লিপ্ত নহ’ব। শত্ৰু বৃদ্ধি হব পাৰে। শৰীৰ ভালে যাব। পত্নীৰ লগত বুজা পৰাৰে চলক। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ। বৃষ মনৰ গোপন কথা মনতে ৰাখকContinue Reading