……© ৰুণজুন বৰুৱা…… (১) “মোৰ চাকৰিটো যদি নোহোৱা হয় ঘৰখন কি হব আমাৰ ?” মানুহজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই। একান্ত মনে চিৰিয়েল খনত মনোনিবেশ কৰি ছোফাখনত ভৰি তুলি বহি লয়,উম এতিয়াহে যেন সুখদায়ক হৈছে বহিবলৈ, তেনে এটা ভাবত কাষতে থকা কোচনটো কোলাত তুলি লয় তাই। মানুহজনীৰ পৰা কোনো উত্তৰ নাপায় প্ৰীতমেContinue Reading

…..ৰুণজুন বৰুৱা….. কথাবোৰটো এনে নাছিল। শেষ বুলিয়েই সম্পৰ্ক এটা শেষ হৈ যায় জানোঁ! ভালপোৱা আছে বাবেইটো সুধিছিল তাই, “তোমাৰ আৰু কিমান দেৰি ঘৰলৈ উভতিবলৈ?” কিন্তু ! নহব বুলি ভবাটোৱে দেখোন হৈ যায় । “এইবাৰ তোমাক এৰি নাযাওঁ ,বহুত চিন্তা কৰি তোমাৰ সৈতে relationship ত আহিছো, তোমাক ভালপোৱা হৈছোঁ মই নিজেইContinue Reading

…..প্ৰাণজিৎ কলিতা….. ….গুৱাহাটী বিশ্ববিদ্যালয়…. শৰতৰ সন্ধিয়া মনত পৰে তোমালৈ কোমল নিয়ৰৰ টোপালৰ সৈতে নামি অহা জোনাকবোৰে এন্ধাৰ বোৰ আঁতৰাই প্ৰেমিক তৰাবোৰৰ সৈতে বিলীন কৰি তোলে মোৰ হৃদয় । মনত পৰে নে তোমাৰ ? এই যে কহুৱা বোৰৰ হাঁহিৰ সৈতে আমি হাঁহিছিলো । আইতাৰ সাধুকথাৰে যে আমি নামি গৈছিলো এই গভীৰContinue Reading

…..ৰুণজুন বৰুৱা….. “হোঁ এইকণ , তেনেই সৰু ফিছা ডোখৰ লৈছ’ তই।” বকুলি বুঢ়ীয়ে ডাঙৰ বোৱাৰীয়েকৰ কাঁহীত নিজৰে ভাগৰ পেটৰ মাছ টুকুৰাৰ পৰা আধা ভাঙি দি দিয়ে। কাঞ্চনৰ চকুহাল সেমেকি আহে ।কিন্তু তাহানিতে চকুহাল সেমেকাৰ সমান্তৰাল ভাৱে তাইৰ বুকুখন ওজন নহয় আজিকালি। বৰঞ্চ আপোন আপোন সুবাস এটাই মেৰিয়ায় লৈহি তাইক। কাঞ্চনেContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৬ ছেপ্টেম্বৰ, ২০২০) মেঘ   আপোনাৰ বাকপটু গুন প্ৰকাশ পাব। বন্ধু বান্ধবৰ পৰা সহায় সহযোগ  পাব। পূজনীয় লোকে আপোনাক বুজিব। অৰ্থ উপাৰ্জনমুখী কামত নিয়োজিত হওঁক, লাভৰ যোগ আছে। শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়।   বৃষ   মনৰ গোপন কথা মনতে ৰাখক । বিশ্বাস ভংগ হ’ব পাৰে।Continue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৫ ছেপ্টেম্বৰ,২০২০)   মেঘ   ব্যৱসায়ত যি সকলে বাধাহীন ভাবে লাগি আছে তেওঁলোকৰ উন্নতি। বিদ্যাত সুযোগ পাব আৰু তীক্ষ্ণ বুদ্ধিৰ প্ৰমাণ দিব পাৰিব। শৰীৰ উন্নত নহলেও বৰ বেছি দূঃচিন্তা নাই। । সন্তানৰ ওপৰত চকু দিয়ক । শুভ সংখ্যা চাৰি ।শুভ ৰং বগা।   বৃষ   বিবেক বুদ্ধিৰেContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৪ ছেপ্টেম্বৰ,২০২০) মেঘ   প্ৰতিটো ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়ক। বিদ্যাত সুযোগ পাব। বেমাৰৰ প্ৰতি শংকা। যোগাযোগত ভাল। আনৰ পৰা প্ৰবঞ্চিত হোৱাৰ শংকা । শুভ সংখ্যা দুই ।শুভ ৰং বগা।   বৃষ   আনৰ প্ৰতি সহানুভূতিশীল হব । প্ৰৱঞ্চকৰ পৰা সাৱধান।ভাই ভনীৰ মাজত উন্নত যোগাযোগ । দুখীয়াক দানContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (৮ ছেপ্টেম্বৰ,২০২০) মেঘ   আনৰ কথাত ভোল গৈ নিজৰ কাম পাহৰি নাযাব। দিনটো আশা কৰা ধৰণেই আগবাঢ়িব। মনলৈ শান্তি আহিব। খৰচ বৃদ্ধি। আত্মীয়ৰ লগত মিল-জুলি থাকিবলৈ যত্ন কৰক। শুভ ৰং মাখন আৰু শুভ সংখ্যা আঠ।   বৃষ   কৰ্মত আশা কৰা ধৰণে সুফল পাব।  খং ৰাগ এৰাইContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (৬ ছেপ্টেম্বৰ,২০২০) মেঘ   বিভিন্ন জনৰ পৰা পোৱা প্ৰেৰণা আৰু সাহসে আপোনাৰ মনোবল বৃদ্ধি কৰিব। পৰিবেশ শান্ত। শৰীৰৰ যত্ন লওক । দূৰ ভ্ৰমণ নকৰিব । শুভ ৰং মাখন । শুভ সংখ্যা আঠ।   বৃষ   আপোনাৰ বিচক্ষতাই আনৰ মন জয় কৰিব । কৰ্ম সংস্কৃতিৰ ওপৰত শ্ৰদ্ধা থাকিব।Continue Reading

আজিৰ দিনটোৰ ৰাশিফল (৫ ছেপ্তেম্বৰ,২০২০) মেঘ   নিজে সৎ পথত চলক। ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱৰ লগত আন্তৰিকতাৰে থাকক, সময়ত সহায় লাভ কৰিব। কৰ্মত শুভ। ভাল ফলাফল আশা কৰিব পাৰে। ঘৰলৈ নতুন সম্পদ আহিব পাৰে। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।   বৃষ   কৰ্মত আশা কৰা ধৰণে সুফল পাব। Continue Reading