…..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)…..
নৈৰ ঘাতৰ সাতোৰংঙী আকাশৰ তলত বহি
দেখা নেদেখা হিমালয় খ্নৰ ফালে লক্ষ্য কৰো
সুন্দৰকৈ সজাই লোৱা সপোনবোৰৰ সংজ্ঞা বিচাৰি।
সলনি হৈছে সতৰ্ক আৰু সাৱধানে আগুৱাই যোৱা জীৱনৰ পাঠ
চাগে হেপাহবোৰ নাইকিয়া হৈ গ’ল
Cigaret ৰ ধোৱাৰ সৈতে সন্মিলনি হল
গুছি গল নিজান ঠাই এডোখৰ বিছাৰি
য’ত কোনো নাই কেৱল প্ৰকৃতি প্ৰকৃতি আৰু প্ৰকৃতি ।
আৰে ধনী ভাই হত এবাৰ মধ্যবিত্ত হৈ ছাবি তেতিয়া হে বুজিবি সপোন নামৰ জীবন পথৰ সলনি
আন্ধাৰ ৰাতি
কেৰাচিনৰ মম বাতি
নাই বিজুলি চাকি
আৰে ধনী ভাই হত কি বুজি পাবি
এবাৰ মধ্যবিত্ত হৈ ছাবি ।
ৰাতিপুৱা ৩ তা ৪ তাত উঠি গৰু হাল লৈ যায় ছাবি
১০ তাত উঠা জুতি আমাক নেদেখাবি
এবাৰ মধ্যবিত্ত হৈ ছাবি ।
সপোন দেখা আমাৰ পৰা শিকিবি
টকাৰ ফুটনি আমাক নেদেখাবি
এবাৰ মধ্যবিত্ত হৈ ছাবি।
কথা বোৰ ভাবি ভাবি সন্ধিয়া নৈ ঘাতত বহি
দিনৰ কস্তবোৰ নাইকিয়া কৰি ছাবি
ঘৰত বহি আধুনিক যুগৰ ইন্টাৰনেতৰ কথা পাহৰি যাবি
প্ৰেয়সীক সময় দিবি
তাহাতিক ব্যাস্ততা নেদেখাবি
এবাৰ মধ্যবিত্ত হৈ ছাবি।
চুৰ মাৰ হোৱা সপোনৰ সমীকৰণত সপোন সজাৰ সমাধান বিচাৰি
নিশাৰ মাতাল আকাশৰ মাজত আশাৰ আকাশ বানী শুনি
জীপাল হয় মনৰ কথাফাকি
এবাৰ মধ্যবিত্ত হৈ ছাবি। । । । ।
Wah monot lagi goise ?