আজিৰ দিনটোৰ ৰাশিফল ৬ অক্টোবৰ

আজিৰ দিনটোৰ ৰাশিফল

(৬ অক্টোবৰ,২০২০)

মেঘ  

সন্মানিত। ধৰ্মীয় চিন্তা। নিজৰ কৰ্মত গৌৰৱান্বিত। এই বিষয়ে আনেও প্রশংসা কৰিলে আনন্দিত। সৃজনী প্রতিভ| যাৰ আছে নতুন সৃষ্টি। বৃদ্ধিত বিচক্ষণতা। শৰীৰ ভালে ৰাখক। অৰ্থ লাভ।পঢ়াত যত্ন লওক। শুভ ৰং কমলা ।শুভ সংখ্যা দুই।

বৃষ  

মাজে মাজে মন জ্তিমিত। শৰীৰ মধ্যম ৷ মূত্ৰাবিকাৰ যাৰ আছে সাৱধানে ডাক্তৰৰ পৰামৰ্শ লওক। বিদ্যাত শুভ। কেতিয়াবা অবাস্তব কথাই আমনি কৰিলেও বুদ্ধি আৰু ধৈৰ্যৰ বলত নিয়ন্ত্ৰিত।শুভ ৰং মুগা ।শুভ সংখ্যা পাঁচ।

মিথুন  

খৰচ আছে। কিন্তু মনত কৰ্ম দৃঢ়তাৰ উদয় হোৱাত নানা জঞ্জাল থাকিলেও ক্ষতি নকৰিব। পিচে অনাহকত ভাবি-চিন্তি সময় নষ্ট নকৰাই ভাল। পঢ়া-শুনাত বেয়া নহয়। দাম্পত্যত পূৰ্বৰ তুলনাত উন্নত।শুভ ৰং আকাশী নীলা ।শুভ সংখ্যা আঠ।

কৰ্কট  

হঠাৎ কিছুমান সমস্যাই সন্মুখত থিয় হ’ব পাৰে। ইয়াৰ বেছিভাগেই যেন জটিল। বন্ধুৰ সন্নিদ্ধতা। কৰ্মতো সময় বিশেষে উৎসাহিত। কোনোৱে সমাজক আঞ্চলিক ভাৱে প্ৰখ্যাত হ’ব পাৰে। নতুন পৰিকল্পনাই অগ্ৰগতি কৰিব।শুভ ৰং গোলাপী ।শুভ সংখ্যা ছয়।

সিংহ  

সাহসিকতাৰ অভাৱ নহ’ব। সেই হিচাপে কৰ্মতো আপুনি দক্ষতা দেখুৱাব। মাতৃৰ মধ্যম। সপ্তানৰ কাৰণে বিশেষ নভবাই ভাল। ধৰ্মীয় অনুষ্ঠান আদিত যোগদান কৰি সুখী হ’ব।শুভ ৰং কমলা ।শুভ সংখ্যা দুই।

কন্যা  

দুই-এটা নতুন প্লেন প্রগ্ৰাম ৰচনা কৰিব পাৰে। অৱশ্যে খৰধৰ নকৰিলে এইবোৰে কিছু হ’লেও সহায় কৰিব। নিজৰ দেহ বেয়া নহয়। মাতৃৰ কিছু উন্নত। ভাই-ভনীৰ সৈতে ঠিকেই থাকিব। কিন্তু শৰীৰৰ প্রতি অৱজ্ঞা নকৰিব।শুভ ৰং গোলাপী ।শুভ সংখ্যা পাঁচ।

তুলা  

ৰাশ্যাধিপতি নিজৰ ঘৰতে শিল্প-সাহিত্য কলাৰ পূজাৰীসকল নতুন সৃষ্টিত আনন্দিত হ’ব। যিসকলৰ গভীৰ মান আৰু গৱেষণা আদিত ব্যস্ত তেওঁৰ চেষ্টা অথলে নাযায়। আনৰ প্রতি অনুকম্প। শৰীৰ দুৰ্বল। নানা সমস্যা। অৰ্থহানি।শুভ ৰং ৰঙা ।শুভ সংখ্যা আঠ।

বৃশ্চিক  

নানা জটিলতাই আগুৰি ধৰিব। কিন্তু সুসংহতভাৱে যদি কিবা অৰ্থকৰী কাম হাতত লয় লাভৰ যোগ। সন্মান। অৱশ্যে বিভিন্ন ভাবুকিত মুখামুখি হোৱাটোও নিশ্চিত।শুভ ৰং মেৰুণ ।শুভ সংখ্যা পাঁচ।

ধনু  

শৰীৰ মোটামুটি ভালেই । আৰ্থিকতো কিবা উপায়ৰ কথা ভাবিব। ধমীয় চৰ্চা কৰা বিজ্ঞ লোকৰ সৈতে আলোচনা আদিত ভাগ ল’ব পাৰে। কিন্তু আপুনি প্ৰায়েই এলাহৰ দ্বাৰা পীড়িত হ’ব। সন্তানৰ মধ্যম।শুভ ৰং আকাশী নীলা ।শুভ সংখ্যা দুই।

মকৰ  

দুশ্চিন্তা মনৰ পৰা মাৰ যোৱা টান। আপোনাৰ সংগ সকলোৱে ভাল পাব। অন্ততবৃষ্টিৰ উন্নতি। তাৰে বহু ভৱিষ্যতৰ শংকা নিয়ন্ত্ৰণৰ সুযোগ পাব। শৰীৰ দুৰ্বল।শুভ ৰং সোণালী ।শুভ সংখ্যা আঠ।

কুম্ভ  

আৰ্থিক সম্পৰ্কে কিছু সচেতন। যিসকল অৰ্থনীতিবিদ বিচক্ষণতা। মাতৃৰ শৰীৰ খুব উন্নত নহয়। কৰ্মস্থানৰ পৰা কিবা উৎসাহ পাবও পাৰে। সন্তানৰ বেয়া নহয়।শুভ ৰং মুগা ।শুভ সংখ্যা পাঁচ।

মীন  

শৰীৰ বৰ উন্নত বুলিব নোৱাৰি। খৰচো বৃদ্ধিৰ যোগ। মাজে মাজে ৰুক্ষ ভাব প্রকাশ। সংযত হওক। বৰ্তমান ৰোজগাৰ কৰাৰ যি চেষ্টা তাক নতুন ৰূপত থিয় কৰাৰ চেষ্টা কৰক।শুভ ৰং আকাশী নীলা।শুভ সংখ্যা আঠ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *