আজিৰ দিনটোৰ ৰাশিফল ১ অক্টোবৰ

আজিৰ দিনটোৰ ৰাশিফল

(১ অক্টোবৰ,২০২০)

 

মেঘ  

মনৰ পৰা সংশয় কিছু পৰিমানে আঁতৰিব। জটিল পৰিস্থিতি চম্ভালিব পাৰিব । পতি-পত্নীৰ বুজা বুজি বৰ্তাই ৰাখক । ব্যস্ততা বৃদ্ধি হব । শুভ ৰং গোলাপী আৰু শুভ সংখ্যা আঠ ।

বৃষ  

আনক সহায় কৰাৰ মনোভাৱ বৃদ্ধি পাব । লাভ বৃদ্ধি। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে । প্ৰাকৃতিক দুৰ্যোগে ক্ষতি কৰিব পাৰে । ৰাগিয়াল বস্তু বৰ্জন কৰক । শুভ ৰং কমলা আৰু শুভ সংখ্যা পাঁচ ।

মিথুন  

কাকো বেছি ভৰসা নকৰিব । প্ৰতিৱেশীৰ পৰা সাবধান । মনৰ পৰা চিন্তা দুৰ কৰক । শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা চাৰি ।

কৰ্কট  

পদোন্নতিৰ যোগ আছে । সুস্থিৰ চিন্তাৰে আগবাঢ়ক । খং ৰাগ পৰিহাৰ কৰক । খৰচ বৃদ্ধি হব । ভ্ৰমনৰ সুযোগ পাব পাৰে । শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা আঠ ।

সিংহ  

আপোনাৰ অধিকাৰ আনে কাঢ়ি নিব পাৰে । কামত শংকা থাকিব । ধৰ্মীয় কামত পাৰিলে সংযোগ হঁওক । শুভ ৰং গোলাপী আৰু শুভ সংখ্যা ছয় ।

কন্যা  

আশা কৰা ধৰনে দিনটো পাৰ হব। কৃষকৰ বাবে চিন্তা । ধাৰলৈ নিদিব । ভ্ৰমনৰ সুযোগ ।পেটৰ সমস্যাই অশান্তি দিব পাৰে। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা চাৰি ।

তুলা  

দুৰ্যোগ আঁতৰিব। শৰীৰ উন্নত হব। নিৰাশ ভাব দুৰ কৰক। কৰ্তব্যত সচেতনতা। পাব লগা ধন আদায়ত বিলম্ব হব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাঁচ।

বৃশ্চিক  

মানসিক অশান্তি। উপকাৰীক অস্বীকাৰ নকৰিব। শাৰীৰিক উন্নতি। ধন লাভৰ যোগ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই।

ধনু  

কৰ্ম ব্যস্ততাত স্থবিৰতা। ৰক্তচাপজনিত ৰোগ হব পাৰে। শত্ৰু কমিব। ধনৰ লালসা বাঢ়িব। ভ্ৰমনৰ সুযোগ। শুভ ৰং কমলা আৰু শুভ সংখ্যা ছয়।

মকৰ  

কৰ্মত উন্নতি। আত্মীয়ৰ লগত সংঘাত হব পাৰে। লন লাভৰ যোগ। বিবাদৰ পৰা আতৰত থাকক। শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা চাৰি।

কুম্ভ  

মানসিক তৃপ্তি লাভ। কৰ্মত নিষ্ঠা, দক্ষতা বৃদ্ধি পাব। আবেগ বৰ্জন কৰক। বিশ্বাস ভংগ হব পাৰে। পেটৰ সমস্যা । শুভ ৰং সোনালী আৰু শুভ সংখ্যা ছয়।

মীন  

পুত্ৰ কন্যাক লৈ চিন্তিত। বিবাদৰ পৰা আতৰত থাকক। আনৰ সমাদৰ পাব। উপকাৰ নাপাহৰিব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *