আজিৰ দিনটোৰ ৰাশিফল
(২৮ ছেপ্টেম্বৰ, ২০২০)
মেঘ |
পবিত্ৰ কৰ্ম ৰ প্ৰতি আগ্ৰহী।আনক অৱহেলা নকৰিব । ব্যৱসায়ত উন্নতি। বিদ্যাত শুভ। ঠগ খাব পাৰে । মাতৃৰ শুভ। শুভ সংখ্যা ছয় ।শুভ ৰং বগা।
|
|
বৃষ |
বলিষ্ঠ পদক্ষেপ লৈ কামত অগ্ৰগতি । খং নকৰিব।ব্যয়। বিদ্যাত শুভ। । গৃহ শত্ৰুৰ ওপৰত নজৰ দিয়ক । শুভ সংখ্যা দুয়ো ।শুভ ৰং সোণালী।
|
|
মিথুন |
সামাজিক সংযোগ ৰক্ষা পৰিব। কৃতকাৰ্যতাই আনন্দ প্ৰদান কৰিব। মাতৃৰ শৰীৰৰ যত্ন লওঁক ।খং কমিব। চঞ্চলতা আতঁৰিব। শুভ সংখ্যা পাঁচ ।শুভ ৰং সোণালী।
|
|
কৰ্কট |
অস্থিৰতা দূৰ হব । আনৰ পৰা সহায় পাব ।কৰ্মত কৃতকাৰ্যতা। কামত অগ্ৰগতি।অৰ্থ লাভ। দেৱ দেৱীক পূজা। মাতৃৰ শুভ। শুভ সংখ্যা আঠ ।শুভ ৰং বগা।।
|
|
সিংহ |
উপস্থিত বুদ্ধিৰ অভাৱ নহব । অসম্পূর্ণ কামত অগ্ৰগতি।শত্ৰুৰ পৰা সাৱধান থাকক ।দাম্পত্যত শুভ।ব্যয় বৃদ্ধি। শুভ সংখ্যা চাৰি ।শুভ ৰং ৰূপালী।
|
|
কন্যা |
মনৰ উদাৰতা প্ৰকাশ পাব।বন্য প্ৰাণীৰ পৰা ক্ষতি হোৱা আশংকা । খং কমিব।শত্ৰু কমিব।দুখীয়াক দান কৰক।সন্তানৰ ভাল।শুভ সংখ্যা দুই ।শুভ ৰং বগা।
|
|
তুলা |
চঞ্চলতা কমিব। মনৰ আশা পূৰণ হোৱাত গুৰুৰ সহায়। পানীৰ পৰা ভয়। গছত নুঠিব।সুযোগ পালেও কম কথা কওক।দুখীয়াক দান কৰক। প্ৰেমত শুভ। শুভ সংখ্যা দুই।শুভ ৰং ৰূপালী।
|
|
বৃশ্চিক |
কৰ্ম উন্নতি। আনৰ পৰা বদনাম পাব । আনক হিংসা নকৰিব। মৰমেৰে সমস্যাৰ সমাধান। আনক সহায় কৰক।প্ৰেমত শুভ। মাতৃৰ শুভ । শুভ সংখ্যা ছয়।শুভ ৰং বগা।
|
|
ধনু |
তাৎক্ষণিক সিদ্ধান্তৰ পৰা সমস্যাৰ সৃষ্টি হব পাৰে। দ্ৰব্য লাভ। দুখীয়াক দান কৰক। ভ্ৰমণৰ যুগ। ব্যয়। দাম্পত্যত চুব।শুভ সংখ্যা পাঁচ। শুভ ৰং সোণালী।
|
|
মকৰ |
বলিষ্ঠ সংযোগ। সোনকালে বন্ধুত্ব গঢ়ি উঠিব।সম্পদ লাভ। প্ৰেমত শুভ।মাতৃৰ শুভ।শুভ সংখ্যা চাৰি।শুভ ৰং মাখন।
|
|
কুম্ভ |
মহাদেৱক স্তুতি কৰক। হতাশ দূৰ হব। যান বাহন লাভৰ যুগ। খং কমিব। ওচৰ চুবুৰীয়াৰ পৰা মনকষ্ট পাব পাৰে। শৰীৰ উন্নত।শুভ সংখ্যা দুই।শুভ ৰং বগা।
|
|
মীন |
আত্মবিশ্বাস থাকিব। গুৰুক স্মৰণ কৰক।শৰীৰত আঘাত পাব পাৰে।ক্ৰিয়াত সুনাম। প্ৰেমত শুভ।শুভ সংখ্যা দুই ।শুভ ৰং ৰূপালী। |