আজিৰ দিনটোৰ ৰাশিফল
(১১ আগষ্ট,২০২০)
মেঘ | মনত সাহস আৰু মনোবল ৰাখি আগবাঢ়ক, আপোনাৰ ভাগ্য আপোনাৰ লগত থাকিব। দাম্পত্যত অলপ চিন্তা থাকিব যদিও পতি-পত্নীয়ে বুজাপৰাৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। কৃষি কাৰ্যৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। শৰীৰৰ যত্ন লওঁক। অসৎ লোক আৰু চিন্তাৰ পৰা দুৰত থাকক, মানহানি হ’ব পাৰে। শুভ ৰং কমলা আৰু শুভ সংখ্যা আঠ।
|
|
বৃষ |
মনত দৃঢ়তা ৰাখক। স্পস্টবাদী হওঁক। অসৎ লোক আৰু চিন্তাৰ পৰা দূৰত থাকক। পত্নীয়ে বুজাপৰাৰ মাজেৰে চলিবলৈ চেষ্টা কৰক। ভ্ৰমণ কৰোতে সাৱধান হৈ থাকিব। যান বাহন চলাওঁতে সাৱধান। ভাতৃ ভগ্নীৰ বাবে চিন্তা বাঢ়িব পাৰে। শুভ ৰং মুগা আৰু শুভ সংখ্যা দুই। |
|
মিথুন |
স্বাবলম্বী মনোভাৱ জাগি উঠিব। নতুন কিবা ভাল খবৰে মনলৈ শান্তি আনিব। উৎসাহ আৰু নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি যাওঁক। আপোনাৰ জীৱনত কোনোবা সৎ লোকৰ আগমন হ’ব পাৰে।বিদ্যাত শুভ। শৰীৰৰ যত্ন লওঁক। শুভ সংখ্যা ছয় আৰু শুভ ৰং আকাশী নীলা। |
|
কৰ্কট |
বেছি উৎসাহেৰে কাম নকৰিব। ধৈৰ্য ৰাখক। আনৰ পৰা সহায় সহযোগ পাব। মনোবল নেহেৰুৱাব। পৰিয়ালৰ লোকৰ পৰা সহযোগ পাব। ধৰ্মীয় কামত ভাগ লব পাৰে। ভ্ৰমণ কৰোতে সাৱধান হৈ থাকিব। কষ্ট বাঢ়িব, টোপনিত ব্যাঘাত আহিব পাৰে। শুভ ৰং কমলা আৰু শুভ সংখ্যা পাচঁ। |
|
সিংহ |
মনত সাহস আৰু মনোবল ৰাখি আগবাঢ়ক, ধৈৰ্যৰে কাম বোৰ কৰি যাওঁক ।পতি-পত্নীয়ে বুজাপৰাৰ মাজেৰে চলিবলৈ চেষ্টা কৰাতো ভাল। আনক তোষামোদ আৰু সমালোচনা নকৰিব। নিজৰ কাম মনযোগেৰে কৰি থাকক। অযথা চিন্তাবোৰ মনত পৰা ত্যাগ কৰক। সাংস্কৃতিক জগতৰ লোকে সুনাম অৰ্জন কৰিব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই। |
|
কন্যা |
কৰ্মত বহুত ব্যস্ততা বাঢ়িব আৰু কষ্ট হ’ব।ব্যস্ততাৰ মাজতো পাৰিবাৰিক দিশত মন দিব। পত্নীৰ লগত মিলামিছাৰে চলক। মনত সৎ সাহস থাকিব। কাৰো অন্যায় তথা অহিৎ চিন্তা নকৰিব। শুভ ৰং আকাশী নিলা আৰু শুভ সংখ্যা আঠ। |
|
তুলা |
ব্যৱসায়ী সকলে উন্নতি কৰিব পাৰিব। ঘৰুৱা সমস্যাবোৰ আতঁৰিব।কিন্তু আপোনাৰ চিন্তা দুৰ নহয়। অসৎ লোক আৰু চিন্তাৰ পৰা দূৰত থাকক, মানহানি হ’ব পাৰে। শৰীৰৰ যত্ন লওঁক। সাংস্কৃতিক জগতৰ লোকে সুনাম অৰ্জন কৰিব। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ। |
|
বৃশ্চিক |
নিবনুৱাৰ বাবে ভাল খবৰ আহিব। মনত দৃঢ়তা ৰাখক।মনোবল ভাঙি নেপেলাব। সৎ লোকৰ আদৰ্শ মানি চলিব। কাৰো অহিৎ চিন্তা নকৰিব। দাম্পত্যত অলপ চিন্তা থাকিব যদিও পতি-পত্নীয়ে বুজাপৰাৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। ভ্ৰমণৰ যোগ। ব্যয় বাঢ়িব। শুভ সংখ্যা দুই আৰু শুভ ৰং কমলা। |
|
ধনু |
মনত সাহস আৰু মনোবল ৰাখি আগবাঢ়ক,আপোনাৰ ভাগ্য আপোনাৰ লগত থাকিব। আনৰ পৰা সহায় সহযোগ পাব। ভাতৃ ভগ্নীৰ বাবে চিন্তা বাঢ়িব পাৰে। কষ্ট বাঢ়িব, টোপনিত ব্যাঘাত আহিব পাৰে। কাকো কোনো প্ৰতিশ্ৰুতি নিদিব। শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা আঠ। |
|
মকৰ |
মনত সাহস আৰু মনোবল ৰাখি আগবাঢ়ক, ধৈৰ্যৰে কাম বোৰ কৰি যাওঁক ।আত্মীয়ৰ শৰীৰে আপোনাৰ চিন্তা বঢ়াব। ব্যস্ততাৰ মাজতো পাৰিবাৰিক দিশত মন দিব। পত্নীৰ লগত মিলামিছাৰে চলক। যান বাহন চলাওঁতে সাৱধান। অযথা ধনৰ অপচয়। শুভ ৰং কমলা আৰু শুভ সংখ্যা ছয়। |
|
কুম্ভ |
নতুন কাম হাতত লব পাৰে। আনৰ পৰা সহায় সহযোগ পাব। বিদ্যাত শুভ।আবেগ বোৰ বৰ্জন কৰি চলক। কষ্ট বাঢ়িব, টোপনিত ব্যাঘাত হ’ব পাৰে। কৰ্মত শুভ। পদোন্নতিৰ যোগ আছে। খং ৰাগ এৰি চলক। ভ্ৰমণ কৰোতে সাৱধান হৈ থাকিব, কিন্তু আপোনাৰ ভ্ৰমণ সফল হ’ব। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা চাৰি। |
|
মীন |
কৰ্মত শুভ। পদোন্নতিৰ যোগ আছে। খং ৰাগ এৰি চলক।অযথা ধনৰ অপচয়।পৰিয়ালৰ লোকৰ পৰা সহযোগ পাব।দাম্পত্যত অলপ চিন্তা থাকিব । সাংস্কৃতিক জগতৰ লোকে সুনাম অৰ্জন কৰিব। শুভ ৰং সোণালী আৰু শুভ সংখ্যা দুই। |