দিনটোৰ ৰাশিফল ৯ আগষ্ট,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(৯ আগষ্ট,২০২০)

মেঘ  

অযথা চিন্তাবোৰ বাদ দিয়ক। শৰীৰ দুৰ্বল থাকিব। সন্তানৰ কৰ্মই মানসীক সুখ দিব। ঘৰলৈ আলহিৰ লগতে নতুন খবৰ আহিব। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা আঠ।

 

বৃষ  

আপোনাৰ জীৱনলৈ সৎ লোকৰ আগমন হ’ব। সন্মান আৰু প্ৰসংশা লাভ কৰিব পাৰে। মাংগলিক কামত শুভ।ক্ৰীয়াবিদৰ বাবে শুভ। শৰীৰৰ যত্ন লওঁক। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা ছয়।

 

মিথুন  

কৰ্মত বাধা থাকিব। সাংস্কৃতিক জগতৰ লোকৰ বাবে দিনটো শুভ। আত্মীয়ৰ লগত মিলামিছা বজাই ৰাখিবলে যত্ন কৰক, যদিও বা আপুনি সহায় সহযোগ নাপায়। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা পাঁচ।

 

কৰ্কট  

মনৰ পৰা ভয় আতঁৰিব। কাকো সহজে বিশ্বাস নকৰিব। কোন শত্ৰু কোন মিত্ৰ চিনিব নোৱাৰিব। খেল ধেমালিত পদক জয়ৰ সম্ভাৱনা আছে। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা দুই।

 

সিংহ  

আশা ভাঙি নেপেলাব, আপুনি কষ্ট কৰা ধৰনে সুফল নাপাব পাৰে। যি কৰিলেও কাকো সন্তুষ্ট কৰিব নোৱাৰে। খং ৰাগ পৰিহাৰ কৰক। শত্ৰু বাঢ়িব। ধন সম্পদ লাভৰ যোগ আছে। শুভ ৰং কমলা আৰু শুভ সংখ্যা চাৰি।

 

কন্যা  

কৰ্মত শুভ। মনযোগেৰে নিজৰ কাম কৰি যাওঁক। অনাহকত যি তি কথা কৈ নাথাকিব। দুষ্ট লোকৰ পৰা সাবধান হৈ থাকক। আপোনাৰ মানহানিৰ চেষ্টা কৰিব পাৰে। শৰীৰৰ যত্ন লওঁক। পৰাপক্ষত ভ্ৰমন নকৰিব, কৰিলেও যান বাহনত সাৱধান। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা আঠ।

 

তুলা  

কষ্ট, নিষ্ঠা আৰু সৎ ভাবেৰে নিজৰ কামবোৰ কৰি যাওঁক। আপোনাৰ জয়যাত্ৰা অব্যাহত থাকিব। সাহসীকতাৰ পৰিচয় দাঙি ধৰিব পাৰিব। সন্তানৰ কৰ্মত গৌৰবাম্বিত হ’ব। সম্পদ আহৰণৰ যোগ আছে। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা দুই।

 

বৃশ্চিক  

অযথা চিন্তাবোৰ বাদ দিয়ক। শৰীৰ দুৰ্বল থাকিব। মাংগলিক কামত শুভ  । ভাতৃৰ পৰা সহায় সহযোগ পাব। মিলামিছাৰে চলক। প্ৰেমত শুভ। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।

 

ধনু  

আশা ভাঙি নেপেলাব, অযথা চিন্তাবোৰ বাদ দিয়ক। শৰীৰ দুৰ্বল থাকিব।সম্পদ আহৰণৰ যোগ আছে।লোকৰ চলাহী কথাত ভোল নাযাব। সাৱধান হৈ চলক। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা ছয়।

 

মকৰ  

মনৰ পৰা ভয় আতঁৰিব। কাকো সহজে বিশ্বাস নকৰিব।ঘৰলৈ আলহিৰ লগতে নতুন খবৰ আহিব।মানসিক শান্তি লাভ। সুযোগ চাই কৰ্ম সিদ্ধি কৰক। শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা চাৰি।

 

কুম্ভ  

আপোনাৰ সৰলতাৰ সুযোগ আনে লব পাৰে। চলাহী কথাত ভোল গৈ যিকোনো সিদ্ধান্ত নলব। নিজৰ অদৰ্শত থাকক। খং ৰাগ ত্যাগ কৰক। অযথা কামত খৰচ নবঢ়াব। শৰীৰৰ যত্ন লওঁক। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।।

 

মীন  

মনৰ পৰা ভয় আতঁৰিব। মানসিক শান্তি লাভ। ভাতৃৰ পৰা সহায় সহযোগ পাব। মিলামিছাৰে চলক।  সম্পদ আহৰণৰ যোগ আছে। ওচৰ চুবুৰীয়াৰ লগত মিলি থাকিলেও অলপ সাবধানে চলিব। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা পাঁচ ।

 

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *