আজিৰ দিনটোৰ ৰাশিফল
(৬ আগষ্ট,২০২০)
মেঘ |
কৰ্ম সচেতনতা বৃদ্ধি পাব ।শৰীৰ মধ্যম। বিদ্যাত ভাল ফল । মানসিক ভাৱে সুস্থিৰ অৱস্থাত থাকিব । প্ৰতিবেশীৰ ওপৰত নজৰ ৰাখক। মাতৃৰ শুভ । শুভ সংখ্যা ছয়। শুভ ৰং বগা।
|
|
বৃষ |
আপোনাৰ বিচক্ষতাই আনৰ মন জয় কৰিব । কোনো সামস্যা ভালদৰে অধ্যয়ন কৰি সমাধানৰ চেষ্টা কৰক। যান বাহনৰ পৰা সাৱধানে থাকক । প্ৰাপ্য সন্মান লাভ । মাতৃৰ শুভ । শুভ ৰং মাখন । শুভ সংখ্যা দুই ।
|
|
মিথুন |
বিভিন্ন জনৰ পৰা পোৱা প্ৰেৰণা আৰু সাহসে আপোনাৰ মনোবল বৃদ্ধি কৰিব। মন ব্যস্ত থকা হেতুকে স্থিৰতা বাঢ়িব। শৰীৰৰ যত্ন লওক । দাম্পত্যত শুভ । শুভ ৰং বগা । শুভ সংখ্যা পাঁচ।
|
|
কৰ্কট |
কৰ্ম ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব ।দূৰদৰ্শিতা থাকিব। কোনো লোকে প্ৰতাৰণা কৰিব পাৰে । প্ৰেমত শুভ ।মাতৃৰ মধ্যম । শুভ ৰং মাখন । শুভ সংখ্যা চাৰি।
|
|
সিংহ |
আপোনাৰ কৰ্মৰে আনৰ প্রিয়ভাজন হব পাৰিব ।পৰিবেশ সচেতনতা থাকিব । স্পৰ্শকাতৰ বিষয়ৰ ওপৰত মাত নমতাই ভাল। খাদ্য গ্ৰহণত বিশেষ গুৰুত্ব আৰোপ কৰিব। পঢ়াত মধ্যম । শুভ ৰং সোণালী । শুভ সংখ্যা আঠ।
|
|
কন্যা |
কৰ্ম ক্ষেত্ৰত নতুন আশা ।কৰ্ম বিচক্ষতাই আপোনাক গৰ্বিত কৰিব । ভ্ৰমণ যুগ। ভাই ভনীৰ শুভ । ব্যৱহাৰ পাতিত ভদ্ৰতা । খৰছ বৃদ্ধি হোৱাৰ সম্ভাৱনা । শুভ সংখ্যা চাৰি। শুভ ৰং মুগা।
|
|
তুলা |
কৰ্তব্যৰ প্ৰতি দায়বদ্ধ দেখা যায় । ব্যস্ততাৰে দিনটো পাৰ হব । বন্ধুৰ সান্নিধ্যয় আনন্দিত কৰিব ।ৰাজনীতিৰ লগত জড়িত লোকে সাৱধানে চলক । দেহৰ যত্ন লওঁক।শুভ সংখ্যা দুই । শুভ ৰং মাখন ।
|
|
বৃশ্চিক |
ধৰ্ম কৰ্মৰ সৈতে আন্তৰিক সংযোগ । একাধিক সমস্যাই মূৰ দাঙি উঠিব । শৰীৰ বৰ উন্নত বুলিব নোৱাৰি ।প্ৰতিবেশীৰ পৰা কষ্ট পাব পাৰে। যান বাহনৰ ক্ষেত্ৰত সাৱধান , দূৰ ভ্ৰমণৰ পৰা আঁতৰি থাকক। শুভ ৰং বগা । শুভ সংখ্যা ছয়।
|
|
ধনু |
একাধিক কল্পনাত থাকিব ।শৰীৰৰ প্ৰতি সচেতন হওক । ভবা মতে কাম হৈ নুঠাৰ ফলত নিৰাশ হব । বিদ্যাত শুভ। এলেহুৱা স্বভাৱৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰক । শুভ সংখ্যা ছয়। শুভ ৰং ৰূপালী ।
|
|
মকৰ |
ব্যৱসায়িক ভাৱে আপুনি নতুন কাম হাতত নলব। ফলদায়ক নহব পাৰে। বুদ্ধিৰ বিকাশ । নিজক অস্থিৰ কৰি নাৰাখিব। পঢ়া শুনাত ভাল। শৰীৰৰ যত্ন লওক । শুভ ৰং মুগা । শুভ সংখ্যা আঠ ।
|
|
কুম্ভ |
কৰ্মত উন্নতি । আনৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিলেও মনৰ কথা খুলি নকব । কন্যা সন্তানক লৈ গৰ্ব কৰাৰ দিন। বিদ্যাত ভালে থাকিব। শুভ ৰং সোণালী । শুভ সংখ্যা দুই ।
|
|
মীন | ফুৰা চকাত সাৱধান হওক। ভাগ্যতকৈ কৰ্মত বিশ্বাস ৰাখক। খং দমন কৰি ৰাখক ।মনৰ অস্থিৰতা কমি আহিব ।বন্ধুৰ আগমন। শুভ ৰং মাখন । শুভ সংখ্যা পাঁচ । |