আজিৰ দিনটোৰ ৰাশিফল
(১৯ জুলাই,২০২০)
মেঘ |
শৰীৰ উন্নত। পাৰিবাৰিক জীৱনত অলপ কষ্ট থাকিব। কাকো সন্দেহ নকৰিব। সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ভাবিব। শুভ ৰং গোলাপী, শুভ সংখ্যা আঠ।
|
|
বৃষ |
আলহীৰ আগমন। চিন্তা ভাৱনাই কষ্ট দিব। প্ৰেমত অশুভ। সূৰ্য পূজা কৰক। শুভ ৰং কমলা , শুভ সংখ্যা দুই।
|
|
মিথুন |
মনত নতুন উদ্যম। আবেগক নিয়ন্ত্ৰন কৰক। খৰচ বাঢ়িব। মাতৃৰ শুভ। শত্ৰু কমিব। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।
|
|
কৰ্কট |
খং এৰক। আনৰ প্ৰতি দায়িত্ব বাঢ়িব। খিংখিঙীয়া স্বভাবে অমংগল আনিব পাৰে। ধনৰ অপচয় হব পাৰে। ভ্ৰমনৰ যোগ আছে। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।
|
|
সিংহ |
মনোবল ৰাখক, বহুত কাম হব। ৰাজনীতিকৰ বাবে অতি শুভ। ভুল শুধৰাৰ সুবিধা পাব। শৰীৰ দুৰ্বল হব পাৰে। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা পাঁচ।
|
|
কন্যা |
সৌভাগ্যৰ উদয় হব, মনোবল ৰাখক। কন্যা সন্তানৰ শুভ। শত্ৰু কমিব। ধাৰলৈ ধন নিদিব পৰাপক্ষত। শুভ ৰং গোলাপী, শুভ সংখ্যা চাৰি।
|
|
তুলা |
ক্ৰীয়াবিদৰ বাবে শুভ। আনৰ লগত মিলি থাকিবলে চেষ্টা কৰিব। শৰীৰ দুৰ্বল হব পাৰে। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা দুই।
|
|
বৃশ্চিক |
আলহীৰ আগমন। হতাশা দুৰ হব পাৰে। বিদ্যাত শুভ। সাংস্কৃতিক জগতৰ লগত জড়িত লোকৰ বাবে শুভ। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা পাঁচ।
|
|
ধনু |
আনৰ প্ৰতি দায়িত্ব বাঢ়িব। খিংখিঙীয়া স্বভাবে অমংগল আনিব পাৰে। ধনৰ অপচয় হব পাৰে। ভ্ৰমনৰ যোগ আছে। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।
|
|
মকৰ |
প্ৰতিযোগীতাত জয়লাভ কৰিব পাৰে। মনৰ দৃঢ়তা বাঢ়িব। ভ্ৰমনৰ যোগ। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।
|
|
কুম্ভ |
দাম্পত্য জীৱনত শুভ। মন সুস্থিৰ হব। সামাজিক সংযোগ হব। খৰচ বৃদ্ধি হব। আলহী আহিব পাৰে। শুভ ৰং কমলা আৰু শুভ সংখ্যা চাৰি।
|
|
মীন | খং ৰাগ ভয় দুৰ হব। যান বাহনৰ পৰা সাৱধান। ৰাজনীতিকৰ বাবে শুভ। বিদ্যাৰ্থীৰ বাবে শুভ। বন্য প্ৰানীৰ পৰা সাৱধান। শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়। |