…..মনীষা হাজৰিকা….. কোমল হাতখনত ধৰি ধৰি এখোজ এখোজকৈ আগবাঢ়িবলৈ শিকোৱা সেই ৰাতিপুৱাবোৰ, ‘অ’,’আ’,’ক’,’খ’ৰ পাঠ পঢ়োৱা সেই ৰঙা আবেলিবোৰ, জোনৰ পৃথিৱীত ভৰি দিবলৈ সাহস দিয়া সেই আলসুৱা নীলা চৰাইজনীয়েই ‘মা’ । ‘মা’ – এক সীমাহীন অৰ্থৰ শব্দ । মনীষা হাজৰিকা সপ্তম শ্রেণী প্ৰজ্ঞা একাডেমী,বিহপুৰীয়া Share কৰক: 2020-06-13