বিপ্লৱ

কবিতাৰ বিষয় :  বিপ্লৱ….. কংকন বড়ো….

জাগ্

জাগ্ জাগ্ অসমীৰ

ডেকা ভাই ভনী জাগ্

চাৰিওদিশে অনীতি দেখিও

নকৰনে প্ৰতিবাদ?

দল-উপদল, নেতা-পালিনেতাৰ

ছলাহী কথাত গলি যে ভোল !

ঔপনিৱেশিক শোষণ-শাসনে

ঘৰতে পয়মাল লগালে তোৰ ।

স্বাধীনতা পাই যিমান যি পালি

মাহী আইৰ মৰম কিমান সহিবি

উঠ্ জাগি উঠ্ নকৰি পলম

কৰিবলৈ প্ৰতিবাদ

ন্যায্য প্ৰতিবাদ ।

 

Contestant No 1 -কংকন বড়ো

নৱম শ্ৰেণী

বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

ফোন নং-৯১০১৯৪২২৫০

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *