….জুবিন কাকতি….
মা তোলৈ আজি বহুত
মনত পৰিছে ঐ….
আজি মোৰ গাটোৰ বিষ ঐ..
মই যে ঘৰত থাকিলে
অলপ গা গৰম হলেই
তই কাষৰ পৰা আতৰি নোজোৱা
আজি কোনে মোক মালিছ
কৰি দিব ঐ
মই জানো তোক এবাৰ
মাতিলেই তই দৌৰি আহি
মোৰ কাষত ৰবিহি
আহিয়েই যে তই খং কৰিবি..
কিমান cold-dinks খালি
আৰু বহুতু তই বকিবি…
কিন্তু আজি আৰু নকওঁ ও মা…
তোৰ কষ্ট নোৱাৰো সহিব মা……