…..আশীষ প্ৰিয়ম গোস্বামী…… ভাল মই তেতিয়াও পাইছিলোঁ, আজিও পাওঁ । কাৰণ সকলোৱে বেয়া পাব নাজানে…… সময়বোৰ মাথোঁ চকুৰ আগতেই সলনি হৈ গ’ল, প্ৰতিশ্ৰুতিবোৰ কব নোৱাৰাকৈয়েই ক’ৰবাত হেৰাই গ’ল । বুকুত নিগাজীকৈ থকা মানুহবোৰ হঠাৎ ক’লৈ গুচি গ’ল গমকেই নাপালোঁ । Share কৰক: 2020-04-15