…..অজিতা দাস….. শব্দবোৰ শিপাই ; হৃদয়ৰ গভীৰতালৈ, আঘাত কৰে আৱেগক। হীনমান্যতাই আৱৰি ধৰে, প্ৰশ্ন জাগে ….. কিয় প্ৰাধান্য দিওঁ আমি আনক? যাৰ বাবে হেৰাই পেলাওঁ নিজক, নিজৰ আত্ম-সন্মানক। প্ৰেম – ভালপোৱাবোৰ, হয়তো তেনেকুৱাই, যিয়ে প্ৰতাৰণা কৰে তাকে খেদি খেদি যায়।। Share কৰক: 2020-04-11