ভয়

…..লীনা ডেকা……

ভয়বোৰ স্বাৰ্থপৰ।
নিজৰ কামত আহি
পুনৰ গুছি যায়গৈ।
মই হাতত অস্ত্ৰ লৈ
সাজু হৈ থাকোঁতেই যায়।
ছাগে পলায়!!
কিন্ত, ভয়বোৰে যদি ভয় লগাব নোৱাৰে, তেন্তে
কিহৰ ভয়???
ভয়বোৰ সাহসী নহয় নেকি!!

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *